To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Saturday, October 26, 2019

Air India Recruitment 2019: Assistant Supervisor [170 Posts], Apply Online

নমস্কাৰ বন্ধু-বান্ধৱী সকল। আপোনালোকক আমাৰ চাকৰিৰ পৰ্টেল "অসমৰ নিয়োগ বাতৰি: Assam Career News" লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ এই পৰ্টেলত job in assam, assam career, government job in assam, jobs in guwahati, assam govt job, private job in guwahati, assamcareer, new job for assam, jobs in assam, job news assam, jobs in assam govt, assam jobs, assam job, govt job assam আদিৰ দৰে বিভিন্ন শিতানৰ চাকৰিৰ খবৰসমূহ অসমীয়া ভাষাত পাব। আমি এই পৰ্টেলত অসম, উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগৰ চাকৰিৰ খবৰ সমূহ প্ৰথমতে আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আপোনালোকে আমাৰ এই পৰ্টেলৰ নিয়মীয়া দৰ্শক হওক। তাৰ বাবে আপোনালোকে আমাৰ এই ৱেবচাইটটো বুকমাৰ্ক অথবা হোমস্কিনত এড কৰি লওক। চাকৰিৰ খবৰৰ বাবে তললৈ ক্লিক কৰক।


Air India Recruitment 2019


Air India Recruitment 2019:

Air India Engineering Services Limited (AIESL) ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে

পদৰ নাম: Assistant Supervisor
পদৰ সংখ্যা: 170 টা
শিক্ষাগত অৰ্হতা:
  • 1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিবআৰু
  • 2. 6 মহীয়া কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।

দৰমহা: প্ৰতি মাহে 19,570 টকা

বয়স: UR- 33 বছৰOBC- 36 বছৰSC/ST- 38 বছৰ
আবেদনৰ মাচুল: এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
  1. UR/EWS/OBC/MOBC: 1000 টকা
  2. SC/ST/Ex.Ser: 500 টকা

কেনেদৰে আবেদন জনাবঃ আবেদনকাৰীসকলে পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে
অনলাইন আবেদন সমাপ্ত হব: 05/11/2019

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক
সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক