To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Wednesday, November 13, 2019

ভাৰতীয় নৌসেনা বাহিনীত ২৭০০ টা চেইলৰ পদত নিযুক্তি

নমস্কাৰ বন্ধু-বান্ধৱী সকল। আপোনালোকক আমাৰ চাকৰিৰ পৰ্টেল "অসমৰ নিয়োগ বাতৰি: Assam Career News" লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ এই পৰ্টেলত job in assam, assam career, government job in assam, jobs in guwahati, assam govt job, private job in guwahati, assamcareer, new job for assam, jobs in assam, job news assam, jobs in assam govt, assam jobs, assam job, govt job assam আদিৰ দৰে বিভিন্ন শিতানৰ চাকৰিৰ খবৰসমূহ অসমীয়া ভাষাত পাব। আমি এই পৰ্টেলত অসম, উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগৰ চাকৰিৰ খবৰ সমূহ প্ৰথমতে আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আপোনালোকে আমাৰ এই পৰ্টেলৰ নিয়মীয়া দৰ্শক হওক। তাৰ বাবে আপোনালোকে আমাৰ এই ৱেবচাইটটো বুকমাৰ্ক অথবা হোমস্কিনত এড কৰি লওক। চাকৰিৰ খবৰৰ বাবে তললৈ ক্লিক কৰক।

Indian Navy Sailor Recruitment 2019

Indian Navy Sailor Recruitment 2019
ভাৰতীয় নৌসেনা বাহিনীত মুকলি হোৱা ২৭০০ টা বিভিন্ন পদত নিযুক্তিৰ বাবে উপযুক্ত আৰু আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে

খালী হোৱা পদৰ সংখ্যা: ২৭০০ টা

খালী হোৱা পদৰ…..
. চেইলৰ (এএ): ৫০০ টা
. চেইলৰ (এছ এছ আৰ): ২২০০ টা

শিক্ষাগত অৰ্হতা: গণিত, পদাৰ্থবিজ্ঞান আৰু ৰসায়ন বিজ্ঞান/জীৱ বিজ্ঞান/ কম্পিউটাৰ বিষয় লৈ ৬০% নম্বৰ সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ' লাগিব

বয়সৰ সীমা: 01 আগষ্ট 2000 আৰু 31 জুলাই 2003 চনৰ ভিতৰত জন্ম হোৱা হব লাগিব
আবেদনৰ মাচুলঃ আবেদনকাৰীসকলে Rs. 215/- টকা জমা দিব লাগিব SC/ST সকলে আবেদনৰ মাচুল জমা দিব নালাগে

কেনেদৰে আবেদন জনাব: আবেদনকাৰীসকলে ভাৰতীয় নৌসেনা official website www.joinindiannavy.gov.in  গৈ 08-11-2019 তাৰিখৰ পৰা 18-11-2019 তাৰিখলৈকে অনলাইন যোগে আবেদন জনাব পাৰিব

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক