To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Wednesday, July 15, 2020

অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত নিযুক্তি - ৩০ টা কেমিকেল এচিচটেণ্ট পোষ্ট

নমস্কাৰ বন্ধু-বান্ধৱী সকল। আপোনালোকক আমাৰ চাকৰিৰ পৰ্টেল "অসমৰ নিয়োগ বাতৰি: Assam Career News" লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ এই পৰ্টেলত job in assam, assamcareer, government job in assam, jobs in guwahati, assam govt job, private job in guwahati, assamcareer, new job for assam, jobs in assam, job news assam, jobs in assam govt, assam jobs, assam job, govt job assam আদিৰ দৰে বিভিন্ন শিতানৰ চাকৰিৰ খবৰসমূহ অসমীয়া ভাষাত পাব। আমি এই পৰ্টেলত অসম, উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগৰ চাকৰিৰ খবৰ সমূহ প্ৰথমতে আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আপোনালোকে আমাৰ এই পৰ্টেলৰ নিয়মীয়া দৰ্শক হওক। তাৰ বাবে আপোনালোকে আমাৰ এই ৱেবচাইটটো বুকমাৰ্ক অথবা হোমস্কিনত এড কৰি লওক। চাকৰিৰ খবৰৰ বাবে তললৈ ক্লিক কৰক।

oil-india-recruitment-2020-in-assamese



পদৰ নামঃ  কেমিকেল এচিচটেণ্ট (ফিল্ড আৰু লেব)

পদৰ সংখ্যাঃ ৩০ টা (UR: 14, SC: 02, ST: 03, OBC(NCL): 08, EWS:03) 

শিক্ষাগত অৰ্হতাঃ আবেদনকাৰী স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত কেমেষ্ট্ৰি বিষয়ত স্নাতক (B.Sc) উত্তীৰ্ণ হ’ব লাগিব৷ 

অভিজ্ঞতাঃ প্ৰাৰ্থীজন অতিকমেও কেমিকেল ফিল্ডত এবছৰৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব৷ 

বয়সঃ  ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত

দৰমহাঃ  ১৫,০০০ টকা প্ৰতিমাহে

কেনেকৈ আবেদন কৰিব?

আগ্ৰহী প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা নথিপত্ৰসমূহ লৈ অহা ৪ আগষ্ট, ২০২০ তাৰিখে ৱাক ইন ইণ্টাৰভিউ উপস্থিত থাকিব লাগিব৷ 

স্থানঃ ETDC, L&D Department, Oil India Limited, Duliajan

ইণ্টাৰভিউৰ তাৰিখ: ৪ আগষ্ট, ২০২০ তাৰিখ 
সময়ঃপূৱা আঠ বজাৰ পৰা এঘাৰ বজালৈকে৷

বিজ্ঞাপন: ইয়াত ক্লিক কৰক