To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Friday, October 11, 2019

NF Railway Job for Act Apprentice: 2590 Posts

NF Railway Job for Act Apprentice: 2590 Posts
নমস্কাৰ বন্ধু-বান্ধৱী সকল। আপোনালোকক আমাৰ চাকৰিৰ পৰ্টেল "অসমৰ নিয়োগ বাতৰি: Assam Career News" লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ এই পৰ্টেলত job in assam, assam career, government job in assam, jobs in guwahati, assam govt job, private job in guwahati, assamcareer, new job for assam, jobs in assam, job news assam, jobs in assam govt, assam jobs, assam job, govt job assam আদিৰ দৰে বিভিন্ন শিতানৰ চাকৰিৰ খবৰসমূহ অসমীয়া ভাষাত পাব। আমি এই পৰ্টেলত অসম, উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগৰ চাকৰিৰ খবৰ সমূহ প্ৰথমতে আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আপোনালোকে আমাৰ এই পৰ্টেলৰ নিয়মীয়া দৰ্শক হওক। তাৰ বাবে আপোনালোকে আমাৰ এই ৱেবচাইটটো বুকমাৰ্ক অথবা হোমস্কিনত এড কৰি লওক। চাকৰিৰ খবৰৰ বাবে তললৈ ক্লিক কৰক।

NF Railway Job for Act Apprentice

উত্তৰ পূৱ সীমান্ত ৰেলৱেত ২৫৯০ টা শিক্ষানবিচ পদ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে
  1. ৰঙিয়া-৩২৮,
  2. আলিপুৰদুৱাৰ-৪৩৭,
  3. লামডিং-১০০৪,
  4. তিনিচুকীয়া-৩৩১,
  5. বঙাইগাঁও-৩৩১,
  6. ডিব্ৰুগড়-১৪৯

আবেদনৰ বাবে ক্লিক কৰক
Railway job