To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Friday, October 11, 2019

Delhi Police Recruitment 2019: 554 Posts

Delhi Police Recruitment 2019

নমস্কাৰ বন্ধু-বান্ধৱী সকল। আপোনালোকক আমাৰ চাকৰিৰ পৰ্টেল "অসমৰ নিয়োগ বাতৰি: Assam Career News" লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ এই পৰ্টেলত job in assam, assam career, government job in assam, jobs in guwahati, assam govt job, private job in guwahati, assamcareer, new job for assam, jobs in assam, job news assam, jobs in assam govt, assam jobs, assam job, govt job assam আদিৰ দৰে বিভিন্ন শিতানৰ চাকৰিৰ খবৰসমূহ অসমীয়া ভাষাত পাব। আমি এই পৰ্টেলত অসম, উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগৰ চাকৰিৰ খবৰ সমূহ প্ৰথমতে আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আপোনালোকে আমাৰ এই পৰ্টেলৰ নিয়মীয়া দৰ্শক হওক। তাৰ বাবে আপোনালোকে আমাৰ এই ৱেবচাইটটো বুকমাৰ্ক অথবা হোমস্কিনত এড কৰি লওক। চাকৰিৰ খবৰৰ বাবে তললৈ ক্লিক কৰক।

Delhi Police Recruitment 2019:

দিল্লী পুলিচত 554 টা চাকৰিৰ পদ মুকলি।

পদৰ নাম: Head Constable (Ministerial)

মুঠ পদৰ সংখ্যা: 554 টা ইয়াৰ, পুৰুষ: 372 আৰু মহিলা: 182 টা।
সংৰক্ষণ: UR: 209, EWS: 55 OBC: 128, SC: 83, ST: 79 টা

দৰমহা: 25500-81100 টকা

বয়সৰ: সাধাৰণ শ্ৰেণীৰ বাবে 18 বছৰৰ পৰা 25 বছৰ।

a) OBC ৰ বাবে: 18-28 বছৰ
b) SC/ST ৰ বাবে: 18 -30 বছৰ
c) PWD ৰ বাবে: 18-35 বছৰ

শিক্ষাগত অৰ্হতা : উচ্চতৰ মাধ্যমিক

আবেদনৰ মাচুল: 100/- টকা।

SC/ST/Ex-Ser./ PwD আৰু মহিলা আবেদনকাৰীসকলে আবেদনৰ মাচুল জমা দিব নালাগে।

অনলাইন আৰম্ভ হব: 14/10/2019
অনলাইনৰ অন্তিম তাৰিখ : 13/11/2019

সবিশেষ জানিবলৈ আৰু আবেদনৰ বাবে ক্লিক কৰক
assam career