To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Sunday, October 13, 2019

Oil India Limited Recruitment 2019 : Junior Assistant (Clerk Cum Computer Operator)

Oil India Limited Recruitment 2019
নমস্কাৰ বন্ধু-বান্ধৱী সকল। আপোনালোকক আমাৰ চাকৰিৰ পৰ্টেল "অসমৰ নিয়োগ বাতৰি: Assam Career News" লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ এই পৰ্টেলত job in assam, assam career, government job in assam, jobs in guwahati, assam govt job, private job in guwahati, assamcareer, new job for assam, jobs in assam, job news assam, jobs in assam govt, assam jobs, assam job, govt job assam আদিৰ দৰে বিভিন্ন শিতানৰ চাকৰিৰ খবৰসমূহ অসমীয়া ভাষাত পাব। আমি এই পৰ্টেলত অসম, উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিভাগৰ চাকৰিৰ খবৰ সমূহ প্ৰথমতে আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আপোনালোকে আমাৰ এই পৰ্টেলৰ নিয়মীয়া দৰ্শক হওক। তাৰ বাবে আপোনালোকে আমাৰ এই ৱেবচাইটটো বুকমাৰ্ক অথবা হোমস্কিনত এড কৰি লওক। চাকৰিৰ খবৰৰ বাবে তললৈ ক্লিক কৰক।

Oil India Limited Recruitment 2019
Oil India Limited (OIL), ত খালী হোৱা তলত উল্লেখ কৰা পদৰ বাবে উপযুক্ত আৰু আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

পদৰ নাম: Junior Assistant-I, (Clerk cum Computer Operator), Grade-V

পদৰ সংখ্যা: 19 টা

সংৰক্ষণ: UR:10, OBC-NCL:05, SC:02, ST:02 টা

শিক্ষাগত অৰ্হতাঃ
a) আবেদনকাৰী সকল উচ্চতৰ মাধ্যমিক পাছ কৰা হব লাগিব।
b) অতিকমেও ছমাহৰ কম্পিউটাৰ প্ৰমাণপত্ৰ থাকিব লাগিব।

বয়স (26/10/2019 তাৰিখৰ ভিতৰত):

UR /EWS: 18 বছৰৰ পৰা 30 বছৰ।
SC/ST: 18 বছৰৰ পৰা 35 বছৰ।
OBC: 18 বছৰৰ পৰা 33 বছৰ।

দৰমহা: 13500 ৰ পৰা 28000 টকা

কেনেদৰে আবেদন জনাব:
ইচ্ছুক প্ৰাৰ্থীসকলে বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি নিদিষ্ট আবেদন পত্ৰখন পূৰণ কৰি তলত উল্লেখ কৰা ঠিকনাত পঠাব লাগিব।

ঠিকনা
To,
Manager(ER) PL,
Pipelines Headquarters,
OIL India Limited,P.O.-Udayanvihar,
Guwahati,Kamrup(M),Assam, PIN-781171.

আবেদনৰ অন্তিম তাৰিখ: 26-10-2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়িবলৈ : ইয়াত ক্লিক কৰক