To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Tuesday, August 22, 2023

ASSAM HISTORY [GK ASSAMESE] SET-1

 1) অসমৰ প্ৰাচীন নাম কি আছিল ?

 A)প্ৰাগজ্যোতিষপুৰ

 B) গুৱাহাটী

 C) যোৰহাট

 D) তেজপুৰ


Answer is প্ৰাগজ্যোতিষপুৰ

ASSAM HISTORY [GK ASSAMESE] SET-1

2) আহোমৰ প্ৰথম ৰজা কোন আছিল ?

 A) চুকাফা

 B) চুৰাম্ফা

 C) গদাধৰ সিংহ

 D) উদয়াদিত্য সিংহ


Answer is চুকাফা


3) আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল ?

 A) যোৰহাট

 B) গুৱাহাটী

 C) চৰাইদেউ

 D) ডিব্ৰুগড়


Answer is চৰাইদেউ


4) চুকাফাই কিমান খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি ৰাজ্য শাসন কৰে ?

 A) 1228

 B) 1253

 C) 1560

 D) 1260


Answer is 1253


5. আহোমৰ কোনজন ৰজাক নৰীয়া ৰজা বুলি জনা গৈছিল ?

 A) জয়ধ্বজ সিংহ

 B) চুৰাম্ফা

 C) চক্ৰধ্বজ সিংহ

 D) চ্যুতিনফা


Answer is চ্যুতিনফা


6. ৰাম-চৰিত-মানস কোনে ৰচনা কৰিছিল ?

 A) মাধৱদেৱ

 B) তুলসী দাস

 C) শংকৰদেৱ

 D) মাধৱ কন্দলি


উত্তৰ :- তুলসী দাস


7. ভাৰতবৰ্ষত কিমান চনত সতী দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল ?

 A) 1826

 B) 1829

 C) 1850

 D) 1810


উত্তৰ :- 1829 চনত


8. কোন ৰজাই মোগলক গুৱাহাটী আৰু কামৰূপৰ পৰা খেদিছিল ?

 A) গদাধৰ সিংহ

 B) জয়ধ্বজ সিংহ

 C) চুলিকফা

 D) উদয়াদিত্য সিংহ


উত্তৰ :- জয়ধ্বজ সিংহ


9. হিন্দু কলেজ কিমান চনত স্থাপন কৰা হৈছিল ?

 A) 1800

 B) 1817

 C) 1827

 D) 1901


উত্তৰ :- 1817 চনত


10. চৈতন্যৰ প্ৰকৃত নাম কি আছিল ?

 A) যশৱন্ত

 B) দশৱান

 C) বিশম্বৰ মিশ্ৰ

 D) মাধৱ কন্দলি


উত্তৰ :- বিশম্বৰ মিশ্ৰ


11. মংগল পাণ্ডেক কিমান চনত মৃত্যুদণ্ড দিয়া হৈছিল ?

 A) 1920 চনৰ 26 মাৰ্চ

 B) 1800 চনৰ 21 এপ্ৰিল

 C) 1857 চনৰ 29 মাৰ্চ

 D) 1920 চনৰ 30 জানুৱাৰী


উত্তৰ :- 1857 চনৰ 29 মাৰ্চত


12. গীত-গোবিন্দ কোনে ৰচনা কৰিছিল ?

 A) মাধৱদেৱ

 B) তুলসী দাস

 C) শংকৰদেৱ

 D) জয়দেৱ


উত্তৰ :- জয়দেৱ


13. ক'ত প্ৰথম আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিল ?

 A) ভৰালি

 B) উত্তৰ গুৱাহাটী

 C) যোৰহাট

 D) গোলাঘাট


Answer is ভৰালি


14. শ্ৰীমন্ত শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল ?

 A) 157

 B) 180

 C) 150

 D) 160


উত্তৰ :- 157 টা


15. কিমান চনত ইংলেণ্ডত শিল্প বিপ্লৱ সংঘটিত হৈছিল ?

 A) 1850

 B) 1960

 C) 1900

 D) 1960


উত্তৰ :- 1960 চনত