To Get Job News in Your Mobile Join Our Social Network 

Telegram Channel 
 WhatsApp 

Wednesday, August 16, 2023

ইতিহাসৰ বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া - 2nd Part [20 Question]

first assamese in different fields in history

11.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?

উত্তৰ :  ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

12.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা

13. জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?
উত্তৰ :  মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

14.প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?
উত্তৰ : পাতাল পুৰী

15.অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?
উত্তৰ : আনন্দৰাম বৰুৱা

16.প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ

17.প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?
উত্তৰ :  বিষ্ণুৰাম মেধি

18.প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?
উত্তৰ :  হৰিশংকৰ ব্রহ্ম

19. প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?
উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা

20.অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?
উত্তৰ :  ভোগেশ্বেৰ বৰুৱা

21. প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?
উত্তৰ : চৈয়দা আনোৱাৰা টাইমোৰ

22.প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?
উত্তৰ : মইদুল ইছলাম বৰা

23. প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?
উত্তৰ : সুধালতা দুৱৰা

24. প্রথম অসমীয়া কাব্য খনৰ নাম কি ?
উত্তৰ : অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী

25. অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?
উত্তৰ : নাথান ব্রাউন

26.ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?
উত্তৰ : মাধব কন্দলি

27.সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা

28.জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?
উত্তৰ :  চন্দ্রকুমাৰ আগৰৱালা

29. প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?
উত্তৰ :  চিহ্ন যাত্রা1468, শংকৰদেব

30. স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?
উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায়(1987), জাহ্নুবৰুৱা