Ads Area

ইতিহাসৰ বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া - 1st Part [10 Questions]

first assamese in different fields in history

1.অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?

উত্তৰ : জয়মতী(1935)

2.অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?
উত্তৰ : ভাইটি(1972)

3.অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?
উত্তৰ : ঘৰ জেউতি(1927)

4.প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা

5.অসমৰ প্রথম  আলোচনী  খনৰ নাম কি ?
উত্তৰ : অৰুনোদই (1848 -1882)

6.অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?
উত্তৰ : শ্রীমন্ত শংকৰদেৱ

7.অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?
উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)

8.প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?
উত্তৰ : কথাগীতা , ভট্রদেৱ

9.অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?
উত্তৰ : মাইলছ ব্রনছন

10.প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?
উত্তৰ : ভানুমতীপদ্মনাথ গোহাঁঞিবৰুৱা
Tags

Ads Area